Перейти на страницу файла на Викискладе

Файл:Bhela Ghar photo1.jpg

Материал из Википедии — свободной энциклопедии
Перейти к навигации Перейти к поиску

Исходный файл(3880 × 5184 пкс, размер файла: 2,07 МБ, MIME-тип: image/jpeg)

Краткое описание

Описание
অসমীয়া: সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্ৰবৃত্তিৰ প্ৰকাশৰেই নিদৰ্শন। আদিম মানৱে সভ্যতাৰ সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে আৰম্ভণি খাদ্য-সম্ভাৰ লাভৰ, চিৰ লাভৰ, কৃষি কাৰ্যৰ কৃতকার্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্ৰকাশ কৰিছিল—উচ্চ স্বৰে, অংগ-চালনাৰে। ই আছিল অনুভূতিৰ স্বতঃস্ফূর্ত মূর্ত প্রকাশ। এই প্ৰকাশ ব্যক্তিকেন্দ্ৰিক নহৈ সামুহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয়। বিহুৰ উৎপত্তিও সেই সামাজিক সামূহিক আনন্দ প্ৰকাশৰে ফলশ্ৰুতি ।

বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। বিষ্ণুর সংক্রান্তিত বিহু উদযাপিত হয় বাবে বিষুৱ শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয়। বহু লোকৰ মতে বিহুৰ উৎপত্তি বড়ো ভাষাৰ বৈখ্যু শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি। বৈদিক ৱিশ শব্দৰ অৰ্থ প্ৰজাসমূহ। প্রজাসমূহে পালন কৰা বাবে ৱিশ শব্দৰপৰা বিশু আৰু বিশুৰ পৰাই বিহু হোৱাটোও আচৰিত নহয়।

কেতিয়াৰপৰা আৰু কেনেকৈ অসমত বিহুৰ প্ৰচলন হ'ল তাক জনা নাযায়।কিন্তু বিহু নামৰ উৎপত্তি য'ৰেপৰাই নহওক, বিহু অসমীয়া জাতীয় উৎসৱ। জাতীয় জীৱনৰ সকলো উচ্ছ্বাস, আশা-আকাংক্ষা, ৰং-আনন্দ, আৱেগ-অনুভূতি বিহুৰ লগত ওতপ্রোতভাৱে জড়িত। অসমীয়া জাতীয় এক কথাত ক'বলৈ হ'লে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ; অসমীয়া জাতিৰ জীৱনত বিহুৰ প্ৰভাৱ প্ৰাণৰ প্ৰতিটো স্পন্দন, প্ৰতিটো নিশ্বাস-প্রশ্বাস, প্ৰতিটো অনুভূতি, জীৱনৰ

কামনা-বাসনা, আগ্রহ, হেঁপাহ বিহুৰ বুকুতেই চিৰ প্ৰৱাহিত, চিৰ প্ৰতিফলিত হৈ আহিছে। বিহু-গীতৰ সুৰে সুৰে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সবলতা, উদাৰতা, আতিথেয়তা আৰু সৰ্বতোপৰি স্ৰষ্টাৰ অসীম সৌন্দৰ্যময় সৃষ্টিৰ প্ৰতি অনাবিল ভালপোৱাৰ বাংময় প্রকাশ। বিহুৰ লগত অসমীয়া জাতিৰ প্ৰাণ এনেভাৱে সাঙোৰ খাই আছে যে বিছক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব ।

এই বিহুৰ কেইদিনমান আগৰেপৰা চেঙেলীয়া ডেকাহঁতে কাঠ-বাঁহ গোটাই মুকলি পথাৰ বা আলি-দাঁতিত একোটা প্ৰকান্ড দ’ম কৰে। ইয়াকে ‘মেজি’ বোলে। ডেকাহঁতে বিহুৰ দিনা নিশা ভোজ-ভাত খাই ওৰে-নিশা উজাগৰে থাকি গীত-বাজনা কৰি মেজিৰ কাষতে কটাই দিয়ে । পাছ দিনা ৰাতি নৌপুৱাওঁতেই গা-পা ধুই মেজিত জুই লগাই দিয়ে। ৰাতিপুৱা সকলো মানুহ আহি মেজিৰ জুই পুৱায়। মেজিলৈ মাহ, চাউল, তিল আদি দলিয়াই সেৱা কৰে। এই বিহু দুদিন হয় আৰু দুয়োদিনে মেজিৰ কাষত বা নাম-ঘৰত নাম গোৱা হয়। এই বিহুতো সৰুৱে ডাঙৰৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ বিচাৰে আৰু ডাঙৰেও আশীৰ্বাদ দি সৰুক মৰম যাচে । ভোগালী বিহুত পিছে আজিকালি আমাৰ চেঙেলীয়া ডেকাহঁতে এটা অশোভন কামো প্ৰায়ে কৰা দেখা যায়—মেজিত কেতিয়াবা চুৰ-তাৰি কৰি লোকৰ ঘৰৰ চকী-মেজ, টাটী-চকোৱা আদি আনিও জাপি দিয়ে। এয়া কেতিয়াও বিহুৰ বৈশিষ্ট্য হ'ব নোৱাৰে। এইবোৰ বেয়া কাম কৰি বিহুৰ ঐতিহ্য, গাম্ভীৰ্য আৰু পৱিত্ৰতা নষ্ট কৰা উচিত নহয়।পথাৰৰ সোণ বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শাস্তিব সাৰ্থকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণ-পুহ মাহত। কৃষিকার্যৰ কৃতকার্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু গভীৰ প্রশাস্তি আনি দিয়ে ৷ প্ৰকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই, অনন্ত জনলৈ মাঘ বিহু কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুৰু-ভকতলৈ ন ধানৰ এমুঠি জা-জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু উদযাপন কৰে। পথাৰে পথাৰে মেজিঘৰ সাজি হোম-যজ্ঞ পাতি হুতাশনৰূপী অনস্তজনলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। এই শ্রদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকি গোৱা হয় আৰু তাৰ পাছত আহুতি দিয়া হয়

অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং।

সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।

ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুৰু ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা- জলপান খুৱাই আশীর্বাদ লোৱা হয়। ম’ইযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কাড়ী খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয়। বিহুৰ খোৱা-বোৱা, ৰং-ধেমালি, উলহ-মালহ গোটেই মাঘ মাহ জুৰি চলে।

মুঠতে বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আছে। সেই বাবেই ই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰৱচ্ছিন্নভাৱে বিজড়িত আছে।
English: It is the natural instinct of man to express the infinite feelings of the heart in the success of creation, in the joy of accomplishment, in beautiful, audible language and beautiful gestures. Dance and song are the embodiment of that inherently beautiful instinct. The source of the origin of Bihu is also an expression of that instinct. As primitive man advanced step by step on the ladder of civilization, he expressed his immense joy in his leisure time after a break in food, in eternal prosperity, in the success of agriculture—loudly, in gestures. It was a spontaneous expression of feeling. This manifestation is collective rather than individual-centered and so eventually becomes a social festival. The origin of Bihu is also the result of that social expression of collective joy.

There are different opinions about the origin of the name Bihu. Many scholars believe that the word Bihu derives from the word Bishu as it is celebrated on the occasion of Vishnu. Many people believe that the word Bihu originates from the Boro word Baikhyu. The Vedic word Vish means subjects. It is not surprising that Bihu comes from the word Vish and from Bishu as it is celebrated by the people.

It is not known when and how Bihu was introduced in Assam.But wherever the name Bihu originated, Bihu is the Assamese national festival. All the excitement, hopes, aspirations, colours, joys and emotions of national life are closely associated with Bihu. In other words, Bihu is the lifeblood of the Assamese nation; There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence

There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence and your ability to respond to the challenges of life. There are many ways in which you can improve your self-confidence and your ability to respond to the challenges of life. There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products.

A few days before this Bihu, the young men gather wood and bamboo and make a huge pile in the open fields or along the streets. This is called 'Meji' There are many ways to get away from these things, but the most important thing is to get away from these things. There are many ways to get away from these things. The next day, before dawn, they wash their feet and set fire to the table. In the morning, all the people come and light the Meji fire. They throw beans, rice, sesame seeds, etc. on the table. This Bihu lasts for two days and on both days the names are sung near the Meji or in the Nam-ghar. There are many ways to get away from these things, but the most important thing is to get away from these things. There are many ways to get away from these things. There are many ways to get away from these things, but the most important thing is to get away from these things. There are many ways to get away from these things, but the most important thing is to get away from these things. This can never be a characteristic of Bihu. These bad things should not destroy the heritage, solemnity and sanctity of Bihu.There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways to get a job in the field of agriculture. There are many ways to get a job in the field of agriculture The Assamese nation celebrates Bhogali Bihu on the day of Puh Sankranti in recognition of the great contribution of nature, offering gratitude to the Infinite, offering a handful of new rice to the gurus and devotees. There are many different types of ceremonies and rituals that are performed in the fields. The following mantra is chanted and then the sacrifice is offered

I worship the four Vedas, the fire burning in the fire.

They are the minds of the golden-coloured light.

This is followed by a feast. The guru and devotee are invited to the house and fed nine handfuls of nine rice and ja- jalpan and receive blessings. There are many different types of games such as moi fights, egg fights, chicken fights, card games, dice games and chess games. Bihu is celebrated throughout the month of Magh.

There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. Therefore, it is the national festival of the Assamese and the Assamese nation is inextricably involved in it.
Logo Wiki Loves Folklore This media has been taken in the country: India
Дата As much as I know about Bihu through reading history books or listening from others i have never heard or read when and how bihu was first celebrated in Assam but I read an article where it's stated "Historically, it is believed that the festival of Bihu originated in the pre-Aryan days around the 3500 century BC".
Источник Собственная работа
Автор Dishan015

Лицензирование

Я, владелец авторских прав на это произведение, добровольно публикую его на условиях следующей лицензии:
w:ru:Creative Commons
атрибуция распространение на тех же условиях
Этот файл доступен по лицензии Creative Commons Attribution-Share Alike 4.0 International
Вы можете свободно:
  • делиться произведением – копировать, распространять и передавать данное произведение
  • создавать производные – переделывать данное произведение
При соблюдении следующих условий:
  • атрибуция – Вы должны указать авторство, предоставить ссылку на лицензию и указать, внёс ли автор какие-либо изменения. Это можно сделать любым разумным способом, но не создавая впечатление, что лицензиат поддерживает вас или использование вами данного произведения.
  • распространение на тех же условиях – Если вы изменяете, преобразуете или создаёте иное произведение на основе данного, то обязаны использовать лицензию исходного произведения или лицензию, совместимую с исходной.

Wiki Loves Folklor 2023 - это международный конкурс по медиа в Википедии.

Краткие подписи

Добавьте однострочное описание того, что собой представляет этот файл
Bihu is the festival of Assam state of India.Though its inclination is more on the agricultural side than the religious, it nonetheless is celebrated with much joy and abundance by all the tribes and other people, regardless of what their faith.

Элементы, изображённые на этом файле

изображённый объект

Magh Bihu английский

У этого свойства есть некоторое значение без элемента в

image/jpeg

2 170 816 байт

5184 пиксель

3880 пиксель

История файла

Нажмите на дату/время, чтобы посмотреть файл, который был загружен в тот момент.

Дата/времяМиниатюраРазмерыУчастникПримечание
текущий09:08, 30 марта 2023Миниатюра для версии от 09:08, 30 марта 20233880 × 5184 (2,07 МБ)Dishan015Uploaded own work with UploadWizard

Нет страниц, использующих этот файл.

Метаданные